Monday, 6 July 2020

Assamese writers with their pen names-অসমীয়া সাহিত্যিক সকলৰ ছদ্ম নাম

Assamese writers with their pen names-অসমীয়া সাহিত্যিক সকলৰ ছদ্ম নাম


অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।ইয়াত তেওঁ লোকৰ বিষয়ে জানিব পাৰিব ৷



ক্ৰ নং
ছদ্ম নাম
আচল নাম
কৃপাবৰ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱা
কেৰপাই শৰ্মা
বিনন্দ চন্দ্ৰ বৰুৱা
মনাই বৈৰাগী
মহেন্দ্ৰনাথ ডেকা ফুকন
মামণি ৰয়চম গোস্বামী
° ইন্দিৰা গোস্বামী
নতুন কৃপাবৰ
ৰত্নকান্ত বৰকটকী
নিৰ্মলা দেৱী
তীৰ্থনাথ শৰ্মা
নীলা বাইদেউ
নিৰ্মলপ্ৰভা বৰদলৈ
নিৰঞ্জন ফুকন
° হীৰেন গোহাঁই
নীলিম কুমাৰ
হেমেন কুমাৰ শৰ্মা
১০
ধনবৰ কাই
মহিম বৰা
১১
দদাই
কীৰ্তিনাথ হাজৰিকা
১২
এণ্ডি খুড়া
° নগেন দত্ত
১৩
এখুদ ককাইদেউ
নৱকান্ত বৰুৱা
১৪
এজন অসমীয়া
সত্যনাথ বৰা
১৫
গুৰু দত্ত
গুণাভিৰাম বৰুৱা
১৬
হয়বৰ অভয়াপুৰীয়া
পাৰ্বতী প্ৰসাদ বৰুৱা
১৭
যদু
যতীন্দ্ৰনাথ দুৱৰা
১৮
কাঞ্চন বৰুৱা
ভূৱন মোহন বৰুৱা
১৮
কুমাৰ কিশোৰ
কিশোৰ কুমাৰ শৰ্মা
২০
পশুপতি ভৰদ্বাজ
ঊমাকান্ত শৰ্মা
২১
প্ৰিয় বন্ধু
° ভবেন্দ্ৰ নাথ শইকীয়া
২২
ৰংমন
বীন দে
২৩
ৰসেশ্বৰ হাজৰিকা
পবিত্ৰ কুমাৰ ডেকা
২৪
ৰাস্না বৰুৱা
° বিৰিঞ্চি কুমাৰ বৰুৱা
২৫
ৰত্না তামূলী
প্ৰণৱ তামূলী
২৬
ৰাম দাস গোস্বামী
ৰন্তেশ্বৰ মহন্ত
২৭
ৰূপচন্দ্ৰ ভাগৱতী
শৰৎ চন্দ্ৰ গোস্বামী
২৮
স্বামী অভাগানন্দ
ছৈয়দ আব্দুল মালিক
২৯
সীমা দত্ত
নৱকান্ত বৰুৱা
৩০
শীলভদ্ৰ
ৰেৱতী মোহণ দত্ত চৌধুৰী
৩১
সঞ্জয়
° ভবেন্দ্ৰ নাথ শইকীয়া
৩২
সত্যপ্ৰিয় পাঠক
° ভবেন্দ্ৰ নাথ শইকীয়া
৩৩
সৌৰভ কুমাৰ চলিহা
সুৰেন্দ্ৰনাথ মেধি
৩৪
শান্তনু তামূলী
প্ৰমোদ চন্দ্ৰ তামূলী
৩৫
সোণাৰাম চান্দ
হেমচন্দ্ৰ বৰুৱা
৩৬
সদানন্দ
লম্বোদৰ বৰা
৩৭
শ্ৰী হৰ্ষ
আনন্দ চন্দ্ৰ আগৰৱালা
৩৮
অঘৰী
প্ৰমোদ কুমাৰ বৰদলৈ
৩৯
অজগৰ
চৈয়দ আব্দুল মালিক
৪০
অনিৰুদ্ধ কটকী
মুনিণ বৰকটকী
৪১
অস্তবক্ৰ
কমলাকান্ত ভট্টাচাৰ্য্য
৪২
অশ্বক্ৰীট
জগদীশ ফুকন
৪৩
 নেটিভ
আনন্দৰাম ঢেকিয়াল ফুকন
৪৪
বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া
বিষ্ণুপ্ৰসাদ ৰাভা
৪৫
ভনানন্দ পাঠক
° বাণীকান্ত কাকতি
৪৬
ভানুনন্দন
° সূৰ্যকুমাৰ ভূঞা
৪৭
ভোলাই শৰ্মা
ৰজনীকান্ত বৰদলৈ
৪৮
বীনা বৰুৱা
° বিৰিঞ্চি কুমাৰ বৰুৱা
৪৯
বাপচন্দ্ৰ ভাগৱতী
শৰৎ চন্দ্ৰ গোস্বামী
৫০
বিহগুটি বৰা
বেণুধৰ শৰ্মা
৫১
চাৰু দত্ত
দীনেশ চন্দ্ৰ গোস্বামী
৫২
চিত্ৰসেন জখৰীয়া
হলিৰাম ডেকা







Sources : Google.com, Wikipedia & Books
Share: