Tuesday, 22 March 2022

Assam Police Gk question in answers/ part-36




Assam Police Best Gk question,
GenAssameral Knowledge Quize 15 Most Important General Knowledge
For All Competitive Exam.






০১) আহোমৰ শেষ ৰজাজনৰ নাম কি ?

উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ

 ০২) আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ

০৩) অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?

উত্তৰ : আহোম সকলে

 ০৪) অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল ?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত

০৫)  কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে

 ০৬) প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী


 ০৭) কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?

উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত

 ০৮) ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল ?

উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল

 ০৯) অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল ?

উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল

 ১০) ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল

 ১১) পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?

উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল

 ১২) অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?

উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন

 ১৩) মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত

 ১৪) বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?

উত্তৰ : চৰিত পুথি

 ১৫) সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?

উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )

 












Share:

0 comments:

Post a Comment