Thursday, 23 December 2021

Assam Police Exam Questions and Answers | Part-7

      Assam Police Exam Questions and                             Answers | Part-7


১) কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোনদিয়া❓


উত্তৰ-বিশ্ব‌‌ সিংহ। তেওঁ কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰি কোচবিহাৰত ৰাজধানী পাতে।


২) গড়গঞা ৰজা বুলি কাক কোৱা হয়❓


উত্তৰ-চুক্লেংমূং।


৩) কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন❓


উত্তৰ-নৰনাৰায়ন।


৪) কিমান চনত মীৰজুমলাই অসম আক্ৰমণ কৰিছিল❓


উত্তৰ-১৬৬২ চনত।


৫) আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত কিমান চনত প্ৰতিষ্ঠা কৰিছিল❓


উত্তৰ-১২৩৫


৬) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল❓


উত্তৰ-১৮২৬


৭) অসমৰ মাটিৰ জৰীপ কৰা প্ৰথম ৰজাজন কোন❓


উত্তৰ-গদাধৰ সিংহ


৮) আহোমৰ শেষৰ ৰজাজন কোন❓


উত্তৰ-পুৰন্দৰ সিংহ


৯) কিমান চনত ইটাখুলিৰ ৰণ হৈছিল❓


উত্তৰ-১৬৮১ চনত


১০) মুছলমানৰ প্ৰথম অসম আক্ৰমণ কিমান চনত হৈছিল❓


উত্তৰ-১২০৬ চনত।




১১) আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত কিমান চনত প্ৰতিষ্ঠা কৰিছিল❓


উত্তৰ-১৭৯৪চনত।


১২) কিমান চনত অসম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা হয়❓


উত্তৰ-১৯১৬চনত।
ছাত্ৰ সন্মিলনে ১৯২০চনত অসহযোগ আন্দোলনত যোগদান কৰে।


১৩) বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম কি❓


উত্তৰ-ভাস্কৰ বৰ্মন।


১৪) চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি❓


উত্তৰ-নীতিপাল।


১৫) বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন❓


উত্তৰ-পূষ্য বৰ্মন।


১৬) ভাস্কৰ বৰ্মনৰ নিধনপুৰ তাম্ৰলিপিৰ মূখ্য উদ্দেশ্য কি আছিল❓


উত্তৰ-ব্ৰাহ্মণক মাটি দান দিয়া।


Share:

0 comments:

Post a Comment