Monday, 21 March 2022

Assam Police Gk questions and answers/ part-35



Assam Police Best Gk question,
GenAssameral Knowledge Quize 26 Most Important General Knowledge
For All Competitive Exam.




 ০১) অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?

উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি

 ০২) প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?

উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত

 ০৩) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?

উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত

 ০৪) জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী

০৫) অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট ’ আলোচনী খনৰ নাম কি?

উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’

০৬) অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ

 ০৭)  প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?

উত্তৰ : অসমীয়া পুথিৰ তালিকা

 ০৮) ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে

 ০৯) শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

 ১০) অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?

উত্তৰ : অসম সাহিত্য সভা


 ১১) ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?

উত্তৰ : মাধৱ কন্দলী

 ১২) অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ

 ১৩) প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?

উত্তৰ : ৰাম সৰস্বতী

 ১৪) ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : নাথান ব্ৰাউন

 ১৫) অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?

উত্তৰ : বীণ বৰাগী

 ১৬) অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?

উত্তৰ : ………………………………..

 ১৭) সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা

 ১৮) প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে

১৯)  প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ : ভট্টদেৱ

২০)  আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ

২১)  অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ : ফণী শৰ্মা

 ২২) অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?

উত্তৰ : চন্দ্ৰকান্ত অভিধান

 ২৩) অসমৰ মুখ্য ভাষা কি ?

উত্তৰ : অসমীয়া

 ২৪) হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?

উত্তৰ : চিত্ৰ ভাগৱত

 ২৫) অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ

 ২৬) অসমীয়া চুটি গল্পৰ জনক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা














Share:

0 comments:

Post a Comment