Sunday, 20 March 2022

Assam Police Best Gk questions/ part-34

Assam Police Best Gk question,
GenAssameral Knowledge Quize 28 Most Important General Knowledge
For All Competitive Exam.






০১) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?
 
 উত্তৰ : চুকাফা
 
০২) কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল ?
 
উত্তৰ : ১৯৬১ চনত
 
০৩) কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল ?

 উত্তৰ : ১৮৮২ চনত

 ০৪) চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
 
উত্তৰ : বীৰপাল।

০৫) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ?

উত্তৰ : ১৯২১ চনত
 
০৬) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?

 উত্তৰ : বসন্ত দাস

 ০৭) এছ’ছিয়েচন কোন চনত গঠিত হৈছিল ?
 
উত্তৰ : ১৯০৩ চনত
  
০৮) মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল?
  
উত্তৰ : ১২০৬ চনত
 
০৯) ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

 উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ

১০) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ?

উত্তৰ : ১২৫৩ চনত


১১) কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?

উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত

১২) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ : ১৬৮২ চনত

১৩) জয়দল, জয়সাগৰ পুখুৰী  কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ

১৪) অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি ?

উত্তৰ : শিৱসাগৰ

১৫) আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত ?

উত্তৰ : বশিষ্ঠাশ্ৰমত

১৬) অসমৰ প্ৰাচীন নাম কি ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ

 ১৭) কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?

উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত

 ১৮) চীনা পৰিব্ৰাজকজনৰ নাম কি ?

উত্তৰ :হিউৱেন চাং

 ১৯) ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?

উত্তৰ :আহোমসকলৰ ৰাজত্ব কালৰ পৰা

 ২০) আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?

উত্তৰ :প্ৰায় ৬০০ বছৰ

 ২১) আহোমসকল কেতিয়া অসমলৈ আহিছিল?

উত্তৰ : ইংৰাজী ১২২৮ চনত

 ২২) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা

 ২৩) আহোমৰ শেষ ৰজাজনৰ নাম কি ?

উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ

 ২৪) আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ

২৫) অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?

উত্তৰ : আহোম সকলে

 ২৬) অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল ?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত

 ২৭) কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে

 ২৮) প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী













Share:

0 comments:

Post a Comment