Thursday, 17 March 2022

Assam Police important questions Answer/ part-33

Assam Police Best Gk question,
Assam General Knowledge Quize 10 Most Important General Knowledge
For All Competitive Exam.




০১) অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ :- আৰ্য ।

 ০২) প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ :- ভট্টদেৱ ।

 ০৩) শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ :- ব্ৰজাৱলী ।

 ০৪) কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?

উত্তৰ :- ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে ।

 ০৫) ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট ?

উত্তৰ :- কমেদী অৱ এৰৰ্চ ।


০৬) কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ :- ১৯৬০ চনত ।

 ০৭) অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন ?

উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱা ।

 ০৮) ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?

উত্তৰ :- পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী ।

 ০৯) শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয় ?

উত্তৰ :- অংকীয়া নাট ।

 ১০) সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

উত্তৰ :- বনফুল ।

১১) অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?

উত্তৰ :- ভাইটি(1972) ।

১২) অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?

উত্তৰ :- ঘৰ জেউতি(1927)

১৩) প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ :- ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা

১৪) অসমৰ প্রথম  আলোচনী  খনৰ নাম কি ?

উত্তৰ :- অৰুনোদই (1848 -1882)

১৫) অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?

উত্তৰ :- শ্রীমন্ত শংকৰদেৱ

১৬) অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?

উত্তৰ :- প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)

১৭) প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?

উত্তৰ :- কথাগীতা , ভট্রদেৱ

১৮) অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?

উত্তৰ :- মাইলছ ব্রনছন

১৯) প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?

উত্তৰ :- ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা

২০) সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?

উত্তৰ :-  ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

২১) সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

উত্তৰ :- বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা

২২) জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

উত্তৰ :-  মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

২৩) প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?

উত্তৰ :- পাতাল পুৰী

২৪) অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?

উত্তৰ :- আনন্দৰাম বৰুৱা

২৫) প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?

উত্তৰ :- ফকৰুদ্দিন আলি আহমেদ

২৬) প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?

উত্তৰ :-  বিষ্ণুৰাম মেধি

২৭) প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?

উত্তৰ :-  হৰিশংকৰ ব্রহ্ম

২৮)  প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?

উত্তৰ :- পদ্মনাথ গোহাঁঞিবৰুৱা

২৯) অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?

উত্তৰ :-  ভোগেশ্বেৰ বৰুৱা

৩০) প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?

উত্তৰ :- চৈয়দা আনোৱাৰা টাইমোৰ

৩১) প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?

উত্তৰ :- মইদুল ইছলাম বৰা

৩২)  প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?

উত্তৰ :- সুধালতা দুৱৰা

৩৩) প্রথম অসমীয়া কাব্য খনৰ নাম কি ?

উত্তৰ :- অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী

৩৪) অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?

উত্তৰ :- নাথান ব্রাউন

৩৫) ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?

উত্তৰ :- মাধব কন্দলি


৩৬) সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ :- শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা

৩৭) জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?

উত্তৰ :-  চন্দ্রকুমাৰ আগৰৱালা

৩৮) প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?

উত্তৰ :-  চিহ্ন যাত্রা1468, শংকৰদেব

৩৯)  স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?

উত্তৰ :- হালধীয়া চৰাইয়ে বাওধান খায়(1987), জাহ্নুবৰুৱা

৪০) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ :- ১৬৮২ চনত

  ৪১) অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ?
   
উত্তৰ :- ১৫৪৮ চনত
    
৪২) অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?
  
  উত্তৰ :- ১৯২০ চনত
    
৪৩) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ?
    
উত্তৰ :- ১৯৪৮ চনত
  
৪৪) কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?
 
 উত্তৰ :- ১৬৭১ চনত

  ৪৫) অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল ?
   
উত্তৰ :- ১৮৪৭ চনত

  ৪৬) টেলিফোন আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কোন চনত  হৈছিল ?
    
উত্তৰ :- ১৮৬৬

   ৪৭) অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল ?
    
উত্তৰ :- ১৯১৭ চনত

  ৪৮) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল ?
   
উত্তৰ :- ১৮৮৬

৪৯) ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয় ?

উত্তৰ :- ১৮৭৩ চনত

৫০) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল ?

উত্তৰ :- ১৮২৩ চনত







 
Share:

0 comments:

Post a Comment