Assam Police Best Gk question,
Assam General Knowledge Quize 25 Most Important General Knowledge
For All Competitive Exam.
০১) সত্যাগ্রহ শব্দটোৰ অৰ্থ হৈছে?
ক) সুবিচাৰ
খ) অহিংস আন্দোলন
গ) সত্য আৰু অহিংসা
উত্তৰ :- গ) সত্য আৰু অহিংসা ।
০২) ‘দিল্লী চলো’ শ্লোগানটো কাৰ?
ক) বাল গংগাধৰ তিলক
খ) সুভাষ চন্দ্ৰ বসু
গ) লালবাহাদুৰ শাস্ত্ৰী
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- খ) সুভাষ চন্দ্ৰ বসু ।
০৩) তলৰ কোনবিধৰ বাবে তাজমহলৰ প্রতি ভাবুকি আহি পৰিছে ?
ক) ছালফাৰ ডাই অক্সাইড
ক) ক্ল'ৰফ্লু'ৰ কাৰ্বন
গ) কাৰ্বন মনক্সাইড
উত্তৰ :- ক) ছালফাৰ ডাই অক্সাইড ।
০৪) ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?
ক) গোবিন্দ ৰানাডে
খ) দয়ানন্দ সৰস্বতী
গ) ৰাজা ৰামমোহন ৰয়।
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- গ) ৰাজা ৰামমোহন ৰয়।
০৫) ভাৰতৰ প্ৰথম ভাইচৰয়………..
ক) লৰ্ড ৱেলিংটন
খ) বেণ্টিংক
গ) লৰ্ড কেনিং
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ:- গ) লৰ্ড কেনিং ।
০৬) "আগষ্ট বিপ্লৱ" কাক কোৱা হয়?
ক) অসহযোগ আন্দোলন
খ) ভাৰত ত্যাগ আন্দোলন
গ) আইন অমান্য আন্দোলন
উত্তৰ :- খ) ভাৰত ত্যাগ আন্দোলন ।
০৭) গেটৱে অৱ ইণ্ডিয়া-
ক) জন্মু আৰু কাশ্মীৰ
খ) চেন্নাই
গ) দিল্লী
ঘ) মুম্বাই
উত্তৰ :- ঘ) মুম্বাই ।
০৮) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
ক) চন্দ্ৰযান-1
খ) আৰ্যভট্ট
গ) চন্দ্ৰযান-2
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- খ) আৰ্যভট্ট ।
০৯) পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
ক) গোপীনাথ বৰদলৈ
খ) ছাৰ চৈয়দ মহম্মদ ছাদুল্লা
গ) তৰুণৰাম ফুকন
উত্তৰ :- খ) ছাৰ চৈয়দ মহম্মদ ছাদুল্লা ।
১০) পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-
ক) পাটনা
খ) পুনে
গ) পুডুচেৰী
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- ক) পাটনা ।
১১) "ক্ৰিকেট মাই ষ্টাইল" নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?
ক) সৌৰভ গাংগুলী
খ) বিৰাট কহলী
গ) কপিল দেৱ।
ঘ) ৰিকি পণ্টিং
উত্তৰ :- ঘ) কপিল দেৱ।
১২) ‘আইন –ই –আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?
ক) আকব
খ) আবুল ফজল
গ) জাহাংগীৰ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- খ) আবুল ফজল ।
১৩) পাণিপথৰ প্ৰথম যুদ্ধ……………………..
ক) 1526 চনত
খ) 1528 চনত
গ) 1524 চনত
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- ক) 1526 চনত ।
১৪) ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?
ক) ২১
খ) ২৫
গ) ২৩
ঘ) ২০
উত্তৰ :- খ) ২৫ ।
১৫) ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-
ক) 9.15 km
খ) 9.14 km
গ) 7.5 km
ঘ) 10 km
উত্তৰ :- ক) 9.15 km ।
১৬) ভাস্কৰ বৰ্মন কাৰ সমসাময়িক (Contemporary) আছিল?
ক) হৰ্ষবৰ্দ্ধন
খ) সমুদ্ৰ গুপ্ত
গ) শ্ৰীগুপ্ত
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- ক) হৰ্ষবৰ্দ্ধন ।
১৭) "India lives in its villages" কোনে কৈছিল?
ক) ড্ৰনাল
খ) বাৰাক অবামা
গ) মহাত্মা গান্ধী
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- গ) মহাত্মা গান্ধী ।
১৮) "বাথৌ পূজা" কোন জনগোষ্ঠীৰ?
ক) কাৰ্বি
খ) টিৱা
গ) ৰাভা
ঘ) বড়ো
উত্তৰ :- ঘ) বড়ো ।
১৯) বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল-
ক) কাশীনাথ তামুলী ফুকন
খ) নাথান ব্ৰাউন
গ) আত্মাৰাম শৰ্মাই
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ :- গ) আত্মাৰাম শৰ্মাই ।
২০) বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে-
ক) পদ্মা
খ) মেঘনা
গ) যমুনা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ:-
২১) সাধনী কোন ৰাজ্য/বংশৰ আছিল?
ক) চুতীয়া ৰাজ্যৰ
খ) কোচ ৰাজ্যৰ
গ) আহোম ৰাজ্যৰ
ঘ) পাল বংশ
উত্তৰ :- ক) চুতীয়া ৰাজ্যৰ ।
_____০_______০______
Assam Police Previous year question papers
Q.1 Supreme Court judge can be removed by
(A) Prime Minister of India
(B) Chief justice of India
(C) The speaker of Lok Sabha
(D) The President of India after impeachment
Q.2 In the National Flag of India, the Ashok's Chakra has ?
(A) 24 Spokes in black colour
(B) 16 Spokes in black colour
(C) 24 Spokes in blue colour
(D) 16 Spokes in blue colour
Q.3 Fundamental Duties were incorporated in Indian Constitution in the Year ?
(A) 1950
(B) 1952
(C) 1976
(D) 1971
_____০______০_____০____
0 comments:
Post a Comment