Assam Police Best Gk question,
Assam General Knowledge Quize 10 Most Important General Knowledge
For All Competitive Exam.
১) বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?
উত্তৰ :- চৰিত পুথি ।
২) সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?
উত্তৰ :- সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )।
৩) ইতিহাসৰ আন এটা নাম কি?
উত্তৰ :- বুৰঞ্জী।
৪) অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ :- ভট্টদেৱক ।
৫) অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?
উত্তৰ :- হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি ।
৬) প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?
উত্তৰ :- ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত ।
৭) অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰ :- খ্ৰীষ্টীয় নৱম-দশম শতিকাত ।
৮) জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী ।
৯) অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট ’ আলোচনী খনৰ নাম কি?
উত্তৰ :- তফজ্জুল আলি সম্পাদিত ‘সংগম’ ।
১0) অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?
উত্তৰ :- কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ ।
0 comments:
Post a Comment