Assam Police Important GK 2022
ইয়াত বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব। Daily Checke
1. FIR ৰে সূচায়_________
(a) প্রথম তদন্ত প্রতিবেদন (ফাইনকুৱেৰী ৰিপাের্ট)
(b) দ্রুত অনুসন্ধান গৱেষণা (ফাৰ্টইনভেষ্টিগেচন ৰিছাৰ্চ)
(c) প্রথম তথ্য প্রতিবেদন (ফাৰ্টইনফ’ৰমেচন ৰিপাের্ট)
(d) অগ্রগামী তদন্ত টোকা (ফার্স্ট ইনকুৱেৰী ৰেকর্ড)
And:- (C) প্রথম তথ্য প্রতিবেদন (ফাৰ্টইনফ’ৰমেচন ৰিপাের্ট)
2. বিশেষ শাখা বা অনুসন্ধানমূলক শাখাক জনপ্রিয়ভাৱে_______বুলি জনা যায়।
(a) অপৰাধ শাখা বিভাগ (CBB)
(b) অসামৰিক অনুসন্ধান শাখা (CIB)
(c) অসামৰিক চোৰাংচোৱা শাখা (CDB)
(d) অপৰাধমূলক/অপৰাধী অনুসন্ধান শাখা (CID)
Ans: (D) অপৰাধমূলক/অপৰাধী অনুসন্ধান
শাখা (CID)
3. প্রথম আৰক্ষী উপমহাপৰিদৰ্শক কোন আছিল ?
(a) আৰ. কে. বসু
(b) আৰ, আৰ, কামিং
(c) এম. সাহা
(d) পি. এন, গােহাঁই
Ans: (B) আৰ, আৰ, কামিং
4. আৰক্ষীৰ নতুন নাম হ’ল সশস্ত্র আৰক্ষী (Armed Police)।
(a) সীমান্ত
(b) অসামৰিক
(c) ৰেল
(d) এটাও নহয়।
Ans: (A) সীমান্ত
5. ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব ......
(a) 20 ছেঃমিঃ
(b) 40 ছেঃমিঃ
(c) 35 ছেঃমিঃ
(d) 25 ছেঃমিঃ
Ans: (D) 25 ছেঃমিঃ
6. Voltmeter measures : (ভল্টমিটাৰে
জোখে।)
(a) charge (আধান)
(b) current (প্রবাহ)
(c) force between charges (আধানৰ মাজৰ বল)
(d) potential difference (বিভৱ ভেদ)
Ans: (D) potential difference (বিভৱ ভেদ)
7. Sound waves are (শব্দ তৰংগবোৰ......
(a) mechanical waves (যান্ত্রিক তৰংগ)
(b) longitudinal waves (অনুদৈর্ঘ্য তৰংগ)
(c) pressure waves (চাপ তৰংগ)
(d) all of the above (ওপৰৰ আটাইকেইটা)
Ans: (D) all of the above (ওপৰৰ আটাইকেইটা)
8. The purest form of carbon is—(কার্বনৰ বিশুদ্ধ ৰূপটো হৈছে
(a) graphite (গ্রেফাইট)
(b) coal (কয়লা)
(c) diamond (হীৰা)
(d) coke (কক)
Ans: (C) diamond (হীৰা)
9. LPG is stored at- (LPG........ ৰখা হয়।)
(a) high pressure (উচ্চ চাপত)
(b) low temperature (কম উষ্ণতাত)
(c) in presence of catalyst (অনুঘটকৰ উপস্থিতিত)
(d) all of the above (ওপৰৰ আটাইকেইটাই সত্য)
Ans: (A) high pressure (উচ্চ চাপত)
10. Which of the following is the lightest metal? (তলৰ কোনটো সবাতােকৈ পাতল ধাতু?)
(a) Mercury (মার্কাৰী)
(b) Silver (ৰূপ)
(c) Lithium (লিথিয়াম)
(d) Lead (সীহ)
Ans: (C) Lithium (লিথিয়াম)
11. ভাৰতীয় প্ৰতিৰক্ষাৰ প্রসংগত, “ধ্রুৱ” কি?
(a) বিমানবাহক যুদ্ধ জাহাজ
(b) ক্ষেপণাস্ত্রবাহক ছাবমেৰিন
(c) উন্নত লঘু হেলিকপ্টাৰ
(d) আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র
Ans: (C) উন্নত লঘু হেলিকপ্টাৰ
• Join Our official WhatsApp Group
•
0 comments:
Post a Comment