১) তলত কোনজন আহোম বংশৰ প্ৰতিষ্ঠাতা ?
A) চুতেওফা B) চুবিনফা
C) চুডাংফা D) চুকাফা*
২) সত্ৰীয়া নৃত্যই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে ?
A) ১৯৯৯ B) ২০০০
C) ২০০১ D) ১৯৯৮
৩) আহোমসকলে ______ ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ।
A) শৰাইঘাট B) নগাঁও
C) চৰাইদেউ D) গোৱালপাৰা
৪) বৰ্মন বংশৰ প্ৰতিষ্ঠাতা _______ ।
A) পুষ্য বৰ্মন B) সমুদ্ৰ বৰ্মন
C) বল বৰ্মন D) কল্যাণ বৰ্মন
৫) _______ ক বৰ্মন বংশৰ আটাইতকৈ পৰাক্ৰমী ৰজা হিচাপে গণ্য কৰা হয়।
A) পুষ্য বৰ্মন B) ভাস্কৰ বৰ্মন
C) বল বৰ্মন D) সুস্থিত বৰ্মন
৬) হিউয়েন চাঙে অসম ভ্ৰমণ কৰাৰ সময়ত তেওঁ কামৰূপৰ ৰজা আছিল । তেওঁ কোন ?
A) ত্যাগ-সিংহ B) ভাস্কৰ বৰ্মন
C) ৰত্নপাল D) চুকাফা
৭) _________ চনত চুকাফাৰ মৃত্যু হৈছিল।
A) ১২২৮ B) ১২৬৯
C) ১২৬৮ D) ১২৮১
৮) আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত সংঘটিত হৈছিল ?
A) ১৬৭৩ B) ১৬৭৪
C) ১৬৮১ D) ১৬৮৫
৯) হৰ্ষদেৱ কোন বংশৰ ৰজা আছিল ?
A) বৰ্মন B) শালস্তম্ভৰ
C) পাল D) চুতীয়া
১০) তলত কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা হিচাপেও জনা যায় ?
A) চুক্লেনমুং B) চুখামফা
C) চুচেনফা D) চুহুংমুং
Fine Q.ans. disi sir/mam
ReplyDelete🙏