Tuesday, 14 December 2021

Assam Police Important GK Part- 2


১) কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?

    A) ১৬৭১ চনত       B) ১৬৯০ চনত

   C) ১৮৭৪ চনত        D) ১৬৮৫ চনত

২) অস অসমৰ প্ৰখ্যাত মন্দিৰ ʼউমানন্দʼ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

    A) ১৭৬৯ চনত      B) ১৬৯৪ চনত

   C) ১৬৬৭ চনত       D) ১৭৫০ চনত

৩) পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শিল্পৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় ?

    A) ১৯০৯ চনত     B) ১৯০১ চনত

   C) ১৯১০ চনত      D) ১৯২০ চনত

৪) অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ বলৱৎ কৰা হৈছিল ?

     A) ১৯৭৯ চনত    B) ১৯৮৫ চনত

    C) ১৯৯০ চনত      D) ১৯৬৫ চনত

৫) অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ?

     A) ১৯১৬ চনত     B) ১৯১৭ চনত

  ‌‌   C) ১৯১৫ চনত     D) ১৯৩৫ চনত

৬) অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা ৰ প্ৰচলন আৰম্ভ হৈছিল ? 

   A) ১৯৭২ চনত    B) ১৮৯২ চনত

   C) ১৮৮৬ চনত     D) ১৮৯৫ চনত

৭) ______ ক তৈল নগৰী নামে জনা যায়।

   A) শিৱসাগৰ           B) ডিগবৈ

   C) শুৱালকুছি          D) যোৰহাট

৮) অসমৰ চাহৰ ৰাজধানী কি ?

      A) শুৱালকুছি      B) ডিব্ৰুগড়

     C) যোৰহাট         D) শিৱসাগৰ

৯) _____ ক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায় ।

    A) মাজুলী           B) শুৱালকুছি

   C) হাফলং            D) চৰাইদেউ

১০) বৰপেটা ______ ৰ বাবে বিখ্যাত ।

   A) ৰেছমী সূতা       B) চাহ

   C) কাঠশিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে

                  D) তেল
Share:

0 comments:

Post a Comment