Monday, 13 December 2021

Assam Police Exam Important GK - 1 | Assam Police GK Day 1


১) ১১৮৭ খ্ৰীষ্টাব্দত _______ চুতীয়া ৰাজ্য স্থাপন কৰিছিল।

 

     A) বীৰপালে   B) ৰত্নধ্বজপালে

 

     C) নিত্যপালে D) ইন্দ্ৰপালে

 

২) কোনখন ৰাজ্যৰ ধ্বংসাৱশেষ এতিয়াও মেঘালয়ত দেখা যায় ?

 

     A)‌ চুতীয়া B) বাৰভূঞা

 

    C) জয়ন্তীয়া D) কাছাৰী

 

৩) ______ ক ডিমাচা বুলিও জনা যায়।

 

A) বাৰভূঞাসকল     

B) কাছাৰীসকল

C) জয়ন্তীয়াসকল

D) চুতীয়াসকল

 

৪) বিদেশী আক্ৰমণকাৰী বিৰূদ্ধে সংঘটিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতা বা শাসনকৰ্তাসকল _______ বুলি কোৱা হৈছিল।

 

A) বুঢ়াগোহাঁই

B) স্বৰ্গদেউ

C) বাৰভূঞা 

D) এইবোৰৰ এটাও নহয়

 

৫) তলত কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয় ?

 

A) ব্ৰক্ষ্মপুত্ৰ উপত্যকা

B) বৰাক উপত্যকা

C) উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল

 D) নীলাচল পাহাৰ

 

৬) তলত দিয়া কোনখন ব্ৰক্ষ্মপুত্ৰৰ উপনৈ নহয় ?

 

A) সোৱণশিৰি 

B) ন-দিহিং

 C) ডিকৰ 

D) দিখৌ

 

৭) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ?

 

A) ১৫৪৮ চনত 

B) ১২৬৮ চনত

C) ১২৫৩ চনত  

D) ১৩৭২ চনত

 

৮) অসমত ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ?

 

 A) ১৫৪৮ চনত 

B) ১৫৭৫ চনত

 C) ১৫৪০ চনত 

D) ১৫৩৫ চনত

 

৯) অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?

 

A) ১৯২০ চনত 

B) ১৯২১ চনত

C) ১৯২৬ চনত 

D) ১৯২৮ চনত

 

১০) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ?

 

A) ১৬৭৪ চনত 

B) ১৯৪৮ চনত

C) ১৯৭৯ চনত 

D) ১৯৭৫ চনত

 

 


Share:

4 comments: