Sunday, 12 December 2021

DHS Exam Important GK



১) শিৱসাগৰৰ তলাতল ঘৰ ______ চনত নিৰ্মাণ কৰা হৈছিল ।

      A) ১৭৫১ চনত     B) ১৭৬৩ চনত

 

     C) *১৭৬৫ চনত*      D) ১৭৯০ চনত

 

২) অসম ৰাজ্যিক সংগ্ৰহালয় ______ ত অবস্থিত ।

        A) *গুৱাহাটী*       B) ডিব্ৰুগড়

 

        C) ডিগবৈ          D) শদিয়া

 

৩) জৈৱ ৰাসায়নিক অক্সিজেন চাইদাই কি পৰিমাপ কৰে ?

     A) বৰ্জনীয় পদাৰ্থৰ প্ৰদূষণ ক্ষমতা

 

     B) তাপ সম্বন্ধীয় প্ৰদূষণ

 

     C) ঔদ্যোগিক প্ৰদূষণ

 

    D) *জৈৱিক আৱৰ্জনা বিয়োজনৰ বাবে অণুজীৱক লগা দ্ৰবীভূত অক্সিজেন*

 

৪) অʼজন স্তৰ _____ ৰ দ্বাৰা হ্ৰাস পায়।

 

A) ধুৱঁলি   

B) ছালফাৰ ডাই অক্সাইড

C) কাৰ্বন মনʼক্সাইড 

D) *ক্লৰʼফ্লৰʼকাৰ্বন*

 

 

৫) মেট্ৰʼপলিটান নগৰীত বায়ু প্ৰদূষণৰ বৃহৎ উৎসটো হ'ল :


     A) *যানবাহন*          B) কীটনাশক


     C) কয়লা দহন      D) উদ্যোগ

 

৬) পানীৰে গঠিত পৃথিৱীৰ অঞ্চলটোক কি বুলি জনা যায় ?

 

 ‌    A) শিলাভণ্ডল        B) *জলমণ্ডল*

    C) জীৱমণ্ডল          D) বায়ুমণ্ডল

 

৭) জল-বোহিত ৰোগবোৰ হৈছে ______।

 

    A) বেৰি-বেৰি আৰু পয়ালগা

   B) শ্বসনী প্ৰদাহ আৰু হাপানী

   C) *জণ্ডিছ আৰু টাইফয়ড*

‌‌   D) ফাইলেৰিয়া আৰু মেলেৰিয়াৰ

 

৮) বৃক্ষৰোপণক কোৱা হয়: 


  A) সামাজিক বানানীকৰণ

  B) কৃষিজ বাননীকৰণ

  C) *বানানীকৰণ*

  D) নিৰ্বনানীকৰণ

 

৯) নিৰ্বনানীকৰণে সাধাৰণতে কি হ্ৰাস কৰে ?

 

    A) *বৃষ্টিপাত*    B) গোলকীয় উষ্ণতা

‌   C) ভূমিক্ষয়        D) খৰাং

 

১০) চিপকো আন্দোলন কাৰ নেতৃত্বত চলি আছে ?

 

      A) ছেলিম আলী   

‌     B) জাফৰ ফাতেহ আলী

     C) *সুন্দৰলাল বহুগুণা* 

     D) ৰʼমালাছ উইথকাৰ

 

১১) গ্ৰিণপিছে ইয়াৰ কাৰ্যাবলী _______ চনৰ পৰা আৰম্ভ কৰিছিল ?

 

      A) ১৯৭০ চনত     B) ১৯৭২ চনত

      C) *১৯৭১ চনত*     D) ১৯৭৮ চনত

 

১২) জীৱ আৰু পৰিৱেশৰ মাজত আন্তঃক্ৰিয়াৰ অধ্যয়নক কি বুলি কোৱা হয়?

 

 A) পৰিস্থিতিতন্ত্ৰ    B) *পৰিস্থিতি বিজ্ঞান*

 C) ভূগোল              D) মনোবিজ্ঞান

 

১৩) পৰিস্থিতি বিজ্ঞান পদটো কোনে সূত্ৰবদ্ধ কৰিছিল ?

 

   A) *হেকেল*        B) ৰামদেও

   C) টেনছেলী     D) অ‍ʼডাম

 

১৪) পৰিৱেশ তন্ত্ৰৰ এটা জীৱই ৰূপায়ন কৰা ভূমিকাক কি বুলি জনা যায় ?

 

    A) আন্তঃক্ৰিয়া      B) তৃণভোজী

    C) আশ্ৰয় স্থান      D) *নিটচ্চ*

 

১৫) মুক্তভাৱে আন্ত:প্ৰজনন সম্পন্ন কৰি প্ৰজননক্ষম সন্তান-সন্ততি উৎপন্ন কৰা সদৃশ জীৱনবোৰে ______ গঠন কৰে।

 

    A) পৰিস্থিতিতন্ত্ৰ    B) *প্ৰজাতি*

    C) আবাদী           D) জীৱ সম্পদায় 

 

১৬) মানুহৰ কাৰ্যাৱলীৰ জৰিয়তে পৰিৱৰ্তত হোৱা পৰিৱেশক কি বোলে ?

 

   A) আধুনিক পৰিবেশন

‌‌    B) নগৰৰ পৰিবেশ

   C) প্ৰাকৃতিক পৰিৱেশ

    D) *মানৱসৃষ্ট পৰিবেশ*

 

১৭) এক প্ৰদত্ত স্থান আৰু সময়ত বায়ুমণ্ডলৰ হ্ৰস্বম্যাদী বৈশিষ্ট্যসমূহক একেলগে কোৱা হয় ?

 

     A) *বতৰ*          B) ঋতু

    C) জলবায়ু       D) সূক্ষ্ম জলবায়ু

 

১৮) ‌ বায়ৱীয় জীৱবোৰ _____ ত পোৱা যায় ।

 

    A) পৰিস্থিতি তন্ত্ৰ    B) *বায়ুমণ্ডল*

   C) শিলামণ্ডল          D) জলমণ্ডল

 

১৯) স্থলচৰ জীৱবোৰ _______ ত পোৱা যায়।

 

     A) পৰিস্থিতিতন্ত্ৰ    B) *শিলামণ্ডল*

    C) জলমণ্ডল        D) ইয়াৰে এটাও নহয়

 

২০) জীৱমণ্ডলৰ খাদ্য উৎপাদন কেন্দ্ৰ হৈছে ?

 

     A) উপভোক্তা     B) *উৎপাদক*

    C) বিয়োজক       D) ইয়াৰ এটাও নহয়

 


Share:

0 comments:

Post a Comment