Assam Police Quiz
1. বীৰুৱালা ৰাভাক ২০২১
বৰ্ষৰ বাবে পদ্মশ্ৰী বঁটা কিহৰ বাবে প্ৰদান কৰা হৈছে ?
ক) কলা-সৃস্কতি
খ) সাহিত্য আৰু শিক্ষা
গ) সমাজ- সেৱা
ঘ) ওপৰৰ এটাওঁ নহয়
2.
অসমৰ চাহখেতি, বিহাৰৰ আমখেতি, দক্ষিণ ভাৰতৰ ৰবৰ খেতি কৰা হয় ______পদ্ধতিৰে
৷
(ক) সিঞ্চন
(খ) ঝুম
(গ) দ্বিৰোপন
(ঘ) ৰোপণ
3. তলৰ দিয়া কোনটো
গ্ৰহ আনটো গ্ৰহবোৰতকৈ পৃথক?
ক) ইউৰেনাছ
খ) মঙ্গল
গ) বৃহস্পতি
ঘ) নেপচুন
4. ফালকন উৎসৱ '
(Falcon Festival) ক'ত উদযাপন কৰা হয়?
ক) উমৰাংছু
খ) মাজুলী
গ) ডিগবৈ
ঘ) ধুবুৰী
5. সমাজ সেৱা লখিমী
বৰুৱাক ২০২১ চন কি বঁটা প্ৰদান কৰা হৈছে ?
ক) পদ্মভূষণ
খ) পদ্মশ্ৰী
গ) ভাৰত ৰত্ন
ঘ) ওপৰৰ এটাও নহয়
6. বায়ুমণ্ডলৰ কোনটো
স্তৰে ৰেডিঅ' তৰংগ বহন কৰে?
ক) থাম'স্ফিয়েৰ
খ) ষ্টেট'স্ফিয়েৰ
গ) মেছ'স্ফিয়েৰ
ঘ) ট্ৰপ'স্ফিয়েৰ
7. বায়ুৰ আর্দ্রতা
খোজ সঁজুলিটোৰ নাম কি?
ক) ফটোমিটাৰ
খ) মেনোমিটাৰ
গ) হাইগ্ৰ'মিটাৰ
ঘ) হাইড্ৰ'মিটাৰ
8. সাহিত্য একাডেমি
বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া
ক) ৰীতা চৌধুৰী
খ) বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য
গ) চন্দ্ৰকুমাৰ আগৰৱালা
ঘ) যতীন্দ্ৰনাথ দুৱৰা
9.
অসমীয়া ভাষাৰ প্রাচীনত্বৰ বিষয়ে উল্লেখ কৰা বিদেশী পৰিব্ৰাজকজন
কোন?
ক) ফাহিয়ান
খ) ফিৰদৌচি
গ) মার্কো পলো
ঘ) হিউৱেনচাং
10. কোনখন ৰাষ্ট্ৰীয় উদ্যান/বন্যপ্রাণী অভয়াৰণ্যত গঁড়ৰ সংখ্যা সর্বাধিক?
(ক) মানস
(খ) ওৰাং
(গ) পবিতৰা
ঘ) ৰাইমনা
0 comments:
Post a Comment