১) আখ্যান অনুসৰি তলত কোনজন ৰজাৰ মাতৃৰ নাম বসুমতী আছিল ?
A) *নৰকাসুৰ* B) ভগদত্ত
C) ভীষ্মক D) বানাসুৰ
২) তলত কোনজন ৰজা নৰকাসুৰৰ পুতেক আছিল ?
A) বজ্ৰদত্ত B) *ভগদত্ত*
C) বানভত্ট্ট D) পুষ্পদত্ত
৩) বানাসুৰে ৰাজধানী চহৰ ______ প্ৰতিষ্ঠা কৰিছিল ?
A) কামৰূপ B) শিৱসাগৰ
C) নগাঁও D) *শোণিতপুৰ*
৪) তেজপুৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰ ________ নিৰ্মাণ কৰে বুলি বিশ্বাস কৰা হয়।
A) নৰকাসুৰে B) ভীষ্মকে
C) *বানাসুৰে* D) বজ্ৰদত্তে
৫) কোনজন ৰজাই শদিয়াৰ কুণ্ডিল নদীৰ পাৰত ৰাজধানী স্থাপন কৰিছিল ?
A) ভগদত্ত B) *ভীষ্মদত্ত*
C) দেৱেশ্বৰ D) বজ্ৰদত্ত
৬) বৰ্মন বংশৰ শেষ ৰজা আছিল ______।
A) স্থিত বৰ্মন B) সুপ্ৰতিষ্ঠিত বৰ্মন
C) সুস্থিত D) *ভাস্কৰ বৰ্মন*
৭) ব্ৰহ্মাপালে _______ খ্ৰীষ্টাব্দত পাল বংশ প্ৰতিষ্ঠা কৰিছিল ।
A) ৯৮৫ B) ৯৮৮
C) *৯৯০* D) ৯৯১
৮) তলত উল্লেখ কৰাবোৰৰ ভিতৰত কাক ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসী হিচাপে যনা যায় ?
A) কোচ B) চুতীয়া
C) বাৰভূঞা D) *কাছাৰী*
৯) আলাউদ্দিন হুছেইন শ্বাহে _______ খ্ৰীষ্টাব্দত কামতাপুৰ আক্ৰমণ কৰিছিল ।
A) ১৪৯৫ খ্ৰীষ্টাব্দত
B) ১৫০০ খ্ৰীষ্টাব্দত
C) ১৫৯৮ খ্ৰীষ্টাব্দত
D) *১৪৯৮ খ্ৰীষ্টাব্দত*
১০) কমতা ৰাজ্যৰ কেতিয়া উত্থান ঘটিছিল ?
A) দ্বাদশ শতিকাত
B) *ত্ৰয়োদশ শতিকাত*
C) চতুৰ্দশ শতিকাত
D) পঞ্চম শতিকাত
0 comments:
Post a Comment