Wednesday, 26 January 2022

Assam Police Best Gk question / part-30


Assam Police Best Gk question,
Assam General Knowledge Quize
20 Most Important General Knowledge
For All Competitive Exam.







০১) অসমৰ প্ৰাচীন নাম কি ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ

০২) কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?

উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত ৷


০৩) চীনা পৰিব্ৰাজকজনৰ নাম কি ?

 উত্তৰ : হিউৱেন চাং

০৪) ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?

উত্তৰ : আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷

০৫) আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?

উত্তৰ : প্ৰায় ৬০০ বছৰ ৷

০৬) আহোমসকল কেতিয়া অসমলৈ আহিছিল?

উত্তৰ : ইংৰাজী ১২২৮ চনত।


০৭) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা।

০৮) আহোমৰ শেষ ৰজাজনৰ নাম কি ?

উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷

০৯) আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ।


১০) অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে?

উত্তৰ : আহোম সকলে।

১১) আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১২৫৩ চনত।

১২) কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?

উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত।


১৩) আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?

উত্তৰ : ১৬৮২ চনত।

১৪) জয়দল, জয়সাগৰ পুখুৰী  কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।

১৫) অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

উত্তৰ : শিৱসাগৰ।

১৬) আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

উত্তৰ : বশিষ্ঠাশ্ৰমত।


১৭) আহোম ৰাজত্বৰ সোণালী যুগত ‘দেশদ্ৰোহী’ৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল?

উত্তৰ : ৰুপ সিং বঙালে।

১৮) হাজোৰ পোৱামক্কা     কোনে সজাইছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া।

১৯)  অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।


২০) কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং।

২১) ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।










Share:

0 comments:

Post a Comment