Wednesday, 5 January 2022

Assam Police is Important Questions

Assam Police is Important Questions, ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হয়, Daily Checke


(১) বগীবিল দলংখন কোনে, কেতিয়া শুভাৰম্ভ কৰিছিল?

উত্তৰ:- ২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

(২) ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি?

উত্তৰ:- ভূপেন হাজৰিকা সেতু।

(৩) ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান?

উত্তৰ:- ৬০ টন।

(৪) ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে?

উত্তৰ:- ধলা-শদিয়াক।

(৫) ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে?

উত্তৰ:- ২০১৭ চনৰ ২৬ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

(৬) কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰা হয়?

উত্তৰ:- ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত।

(৭) অসমৰ সাক্ষৰতাৰ হাৰ কিমান?*

উত্তৰ:- ৭২.১৯ শতাংশ।


(৮) অসমৰ কোনখন জিলাত জনসংখ্যা বেছি?*

উত্তৰ:- নগাঁও।

(৯) অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি?

উত্তৰ:- কামৰূপ।

(১০) অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি?

উত্তৰ:- কামৰূপ মহানগৰ।



General Science questions:---

১) মানুহৰ দেহকোষত কিমান ক্রমজোম থাকে ?

উত্তৰ: ৪৬ ডাল

২) হেপাটাইটিছ ৰোগ দেহৰ কোন অংশত হয় ?

উত্তৰ:লিভাৰত।

৩) কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰীকণা ৰোগ হয় ?

উত্তৰ: ভিটামিন এ

৪) মানুহৰ মগজুত কিমান স্নায়ুকোষ থাকে ?

উত্তৰ: প্ৰায় ৮০০০ নিযুত।

৫) কোনবিধ ৰক্তকণিকাই শৰীৰটোক বীজানুৰ আক্রমনৰ পৰা ৰক্ষা কৰে?

উত্তৰ: শ্বেত ৰক্তকণিকাই।












Share:

0 comments:

Post a Comment