Tuesday, 23 July 2019

বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিসমূহ


বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিসমূহ

বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিসমূহ

বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসম বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া 'ল। এইসমূহ অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন……….


ক্ৰম
ব্যক্তিৰ নাম
উপাধি/উপাধিসমূহ
শ্ৰীমন্ত শংকৰদেৱ
মহাপুৰুষজগতগুৰু
শ্ৰীশ্ৰী মাধৱদেৱ
বঢ়াৰ পো
জ্যোতিপ্ৰসাদ আগৰৱালা
ৰূপকোঁৱৰ
বিষ্ণু প্ৰসাদ ৰাভা
কলাগুৰু
অম্বিকাগিৰি ৰায়চৌধুৰী
অসম কেশৰী
তৰুণৰাম ফুকন
দেশভক্ত
ব্ৰজনাথ শৰ্মা
অভিনয়াচাৰ্য
নলিনীবালা দেৱী
অতীন্দ্ৰিয়বাদী কবি
লক্ষ্মীনাথ বেজবৰুৱা
সাহিত্যৰথীৰসৰাজ
১০
ৰজনীকান্ত বৰদলৈ
উপন্যাস সম্ৰাট
১১
কমলাকান্ত ভট্টাচাৰ্য
অগ্নিকবি
১২
অম্বেশ্বৰ চেতিয়া ফুকন
কবিতা কোঁৱৰ
১৩
নবীন চন্দ্ৰ বৰদলৈ
কৰ্মবীৰ
১৪
বিক্ৰম সিং য়েইন
গণ শিল্পী
১৫
পাৰ্বতী প্ৰসাদ বৰুৱা
গীতিকবি
১৬
দেৱেশ্বৰ শৰ্মা
জননায়ক
১৭
মফিজুদ্দিন আহমেদ হাজৰিকা
জ্ঞান মালিনীৰ কবি
১৮
হেমচন্দ্ৰ বৰুৱা
ত্যাগবীৰ
১৯
লক্ষ্মীধৰ শৰ্মা
দেশপ্ৰাণ
২০
বিনন্দ চন্দ্ৰ বৰুৱা
ধ্বনি কবি
২১
ফণী শৰ্মা
নটসূৰ্য
২২
সত্যপ্ৰসাদ বৰুৱা
নাট্য প্ৰভাকৰ
২৩
শৈলধৰ ৰাজখোৱা
নিজৰাৰ কবি
২৪
গণেশ চন্দ্ৰ গগৈ
পাপৰিৰ কবি
২৫
চন্দ্ৰ কুমাৰ আগৰৱালা
প্ৰতিমাৰ খনিকৰ
২৬
হীৰেন ভট্টাচাৰ্য
প্ৰেম আৰু 'দালিৰ কবি
২৭
আনন্দ চন্দ্ৰ বৰুৱা
বকুল বনৰ কবি
২৮
ৰঘুনাথ চৌধাৰী
বিহগী কবি
২৯
যতীন্দ্ৰনাথ দুৱৰা
বনফুলৰ কবি
৩০
আনন্দিৰাম দাস
বনকোঁৱৰ
৩১
প্ৰসন্নলাল চৌধুৰী
বিদ্ৰোহী কবি
৩২
নীলমণি ফুকন
বাগ্মীবৰককা
৩৩
কনকলতা
বীৰবালা
৩৪
আনন্দ চন্দ্ৰ আগৰৱালা
ভাঙনি কোঁৱৰ
৩৫
ৰুদ্ৰ বৰুৱা
লুইত কোঁৱৰ
৩৬
অমিয় কুমাৰ দাস
লোকনায়ক
৩৭
মতিৰাম বৰা
লোকপ্ৰাণ
৩৮
গোপীনাথ বৰদলৈ
লোকপ্ৰিয়
৩৯
ডাভুৱনেশ্বৰ বৰুৱা
লোকবন্ধু
৪০
ৰত্নকান্ত বৰকটকী
শেৱালী কবি
৪১
গজেন বৰুৱা
শোণিত কোঁৱৰ
৪২
লক্ষ্মীৰাম বৰুৱা
সংগীতাচাৰ্য
৪৩
চন্দ্ৰধৰ বৰুৱা
সাহিত্য ৰত্ন













































































Collected from various sources Google, Wikipedia etc.
Share: