First Assamese-First in Assam -প্ৰথম অসমীয়া
- *অসমীয়া কথাছবি নিৰ্মাতা—জ্যোতিপ্ৰসাদ আগৰৱালা
- *অসমীয়া কথাছবি - জয়মতী (১০ মাৰ্চ ১৯৩৫)
- *শিশু অভিনেতা - স্বৰাগজ্যোতি বৰুৱা
- সাহিত্য অকাডেমি বঁটা —যতীন্দ্ৰনাথদুৱৰা (১৯৫৫)
- *.জ্ঞানপীঠ বঁটা —ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৭৯ চন)
- *.বিলাতত শিক্ষা লাভ —আনন্দৰাম ঢেকিয়ালফুকন
- *.কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ —সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই
- *.লণ্ডন বিশ্ববিদ্যালয়ৰপৰাডি লিট উপাধি —ড০ সূৰ্যকুমাৰ ভূঞা
- *.বিলাতত ইঞ্জিনিয়াৰিং পাছ —বলি নাৰায়ণ বৰা
- *.ভাষাতত্ত্বৰ ডক্টৰেট —ড০ বাণীকান্ত কাকতি
- *.বিদেশত স্বাধীন ব্যৱসায়কৰা —সাউদ ভোলানাথ বৰুৱা
- *.পানীজাহাজ ক্ৰয় কৰা —মাণিক চন্দ্ৰবৰুৱা
- *.কথাছবিৰ পৰিচালক —প্ৰমথেশ বৰুৱা
- *.বিমান প্ৰশিক্ষণপ্ৰাপ্ত—মহানন্দ দাস
- *.উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট —জগন্নাথ বৰুৱা
- .নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট —আনন্দৰাম বৰুৱা
- *.চাহ খেতিয়ক —জগন্নাথ বৰুৱা
- *.ৰাষ্ট্ৰপতি —ফখৰুদ্দিন আলি আহমেদ
- *.জাতীয় কংগ্ৰেছৰ সভাপতি —দেৱকান্ত বৰুৱা (১৯৭৫ চন)
- *.ৰাজ্যপাল —বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত।
- *.পঞ্জাৱৰ ৰাজ্যপাল —মহেন্দ্ৰমোহন চৌধুৰী
- *.মিজোৰামৰ ৰাজ্যপাল —হিতেশ্বৰ শইকীয়া
- *.আই চি এচ —আনন্দৰাম বৰুৱা (অসমৰ প্ৰথম ভাৰতৰপঞ্চম)
- *.পি এইচ ডি —মঃ ময়িদুল ইছলাম বৰা
- *.অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি —নুৰুল আমিন
- *.আইন বিষয়ত ডক্টৰেট —ডঃ জগদীশচন্দ্ৰ মেধি
- *.ভাৰতৰ উচ্চতম ন্যায়ালয়ৰবিচাৰপতি—হলিৰাম ডেকা (৩ জানুৱাৰী, ১৯৬১)
- *.গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ চন)
- *.অসমৰ বাহিৰৰ ভাৰতৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —শৰৎ কুমাৰ দত্ত (কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়)
- *.মেডিকেল চাৰ্ভিছ পাছ —কৰ্ণেল শিৱৰাম বৰুৱা
- *.মন্ত্ৰীসভাৰ সদস্য —সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি
- *.স্বাধীন অসমৰ মুখ্যমন্ত্ৰী —গোপীনাথ বৰদলৈ
- *.কুমেৰু মহাদেশত ভৰি দিয়া বিজ্ঞানী —ৰাঘৱ চন্দ্ৰ ডেকা(২৫ নৱেম্বৰ, ১৯৮৭)
- *.গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট —ড০সত্যেন্দ্ৰনাথ গোস্বামী, ড০ মহেশ্বৰ নেওগ
- *.সামৰিক বাহিনীৰ বীৰচক্ৰ—উৎপল বৰুৱা (১৯৬৫)
- *.অৰ্জুন বঁটা —দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন)
- *.পদ্মভূষণ উপাধি —প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা
- *.সংগীত নাটকঅকাডেমী বঁটা —শ্ৰীশ্ৰী মিত্ৰদেৱ মহন্ত (১৯৬১ চন)
- *.ৰাষ্ট্ৰপতিৰ মেন অৱ দা নেচন্ সন্মান কলা শিৰোমণি বঁটা —মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া (১৯৯১)
- *.ডাক টিকটত স্থান পোৱা ব্যক্তি —লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮ চন)
- *.বিহাৰৰ ৰাজ্যপাল —দেৱকান্ত বৰুৱা
- *.ভাৰতীয় চলচ্চিত্ৰত সৰ্বপ্ৰথম সংগীত পৰিচালকৰ সন্মান —ড০ ভূপেন হাজৰিকা(১৯৭৫, চামেলি মেমচাব)
- *.অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক —হৰিপ্ৰসাদ বৰুৱা
- *.অসমীয়া ছৰ্টহেণ্ড—ফণী শৰ্মা
- *.চৰকাৰী হাইস্কুলৰহেড মাষ্টৰ —কেশৱ নাথ ফুকন
- *.সৰ্বভাৰতীয় বিজ্ঞানী বঁটা —খনিন্দ্ৰ বৰুৱা (১৯৯৩ চন)
- *.ছোভিয়েটদেশ নেহৰু বঁটা —সুৰেন্দ্ৰ মোহন দাস (১৯৬৬ চন)
- *.সৰ্বভাৰতীয় দুৰ্গা ৰতন বঁটা —কীৰ্তিনাথ হাজৰিকা
- *.সৰ্বভাৰতীয় শংকৰদেৱ বঁটা —ড০ ভূপেন হাজৰিকাআৰু কীৰ্তিনাথ হাজৰিকা(১৯৮৭ চন)
- *.সৰ্বভাৰতীয় গোৱেংকা বঁটা —কীৰ্তিনাথ হাজৰিকা (১৯৮৭ চন)
- *.কানাদাৰ শ্ৰেষ্ঠ আকোফা বঁটা —ড০ ঈশ্বৰ চন্দ্ৰ চক্ৰৱৰ্তী
- *.কলিকতা প্ৰেচিডেন্সী কলেজৰপৰা ক্ষেত্ৰ মোহন চেটাৰ্জী স্বৰ্ণপদক লাভ—ড০ বাণীকান্ত কাকতি
- *.অসম উপত্যকা সাহিত্য বঁটা —ড০ ভবেন্দ্ৰনাথ শইকীয়া
- *.দাদা চাহেব ফাল্কে বঁটা বিজয়ী —ড০ ভূপেন হাজৰিকা
First Assamese
- President Silver Award- Ronga Police (1958)
- Thriller movie-Dr. Bezboruah ( 1969)
- National Award- Pioli Phukan ( 1955)
- Comedy Film- Itu Xitu Bahutu ( 1963)
- Children Film- Obuj Bedona ( 1993)
- Woman Film Director- Monisha hazarika
- Cinemascope Movie- Jivan Xurabhi ( 1984)
- Movie based on All India Radio Drama- Baruar Xanxar
- Mr. Everest- Tarun saikia
- Patriotic film- Biplobi (1948)
- Acted in Bangla movie- Promothesh boruah
- Colour (Partial) Movie - Shakuntola (1961)
- Colour Film- Bhaiti (1972)
- Act in Hindi Movie- Seema Biswas ( 1996, bandit queen)
- Filmfair Award- Bijoy Choudhury