Saturday, 21 September 2019

Assamese writers with their pen Names- Assam GK


Assamese writers with their pen names


  • ৰসৰাজ' লক্ষ্মীনাথ বেজবৰুৱা
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
  • সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
  • শেৱালি কবি ৰত্নকান্ত বৰকাকতী
  • সাহিত্য ৰন্ত চন্দ্ৰধৰ বৰুৱা
  • শোণিত কোৱঁৰ গজেন বৰুৱা
  • উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ
  • অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য
  • অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী
  • অতিন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱী
  • অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা
  • বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা
  • বনকোঁৱৰ আনন্দি ৰাম দাস
  • বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা
  • বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী
  • বাগ্মীবৰ নীলমনি ফুকন
  • বিহগী কবি ৰঘুনাথ চৌধাৰী
  • ভাঙণি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা
  • ধ্বণি কবি বিনন্দচন্দ্ৰ বৰুৱা
  • গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা
  • জ্ঞানমালিনী কবি মৌলানা মফিজুদ্দিন আহমদ হাজৰিকা
  • কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
  • কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন
  • লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা
  • নটসূৰ্য ফনী শৰ্মা
  • নিজৰা কবি শৈলধৰ ৰাজখোৱা
  • নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা
  • পাপৰি কবি গণেশ চন্দ্ৰ গগৈ
  • প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা

Share:

Popular Posts