Assamese writers with their pen names
- ৰসৰাজ' লক্ষ্মীনাথ বেজবৰুৱা
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
- শেৱালি কবি ৰত্নকান্ত বৰকাকতী
- সাহিত্য ৰন্ত চন্দ্ৰধৰ বৰুৱা
- শোণিত কোৱঁৰ গজেন বৰুৱা
- উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ
- অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য
- অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী
- অতিন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱী
- অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা
- বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা
- বনকোঁৱৰ আনন্দি ৰাম দাস
- বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা
- বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী
- বাগ্মীবৰ নীলমনি ফুকন
- বিহগী কবি ৰঘুনাথ চৌধাৰী
- ভাঙণি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা
- ধ্বণি কবি বিনন্দচন্দ্ৰ বৰুৱা
- গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা
- জ্ঞানমালিনী কবি মৌলানা মফিজুদ্দিন আহমদ হাজৰিকা
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
- কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন
- লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা
- নটসূৰ্য ফনী শৰ্মা
- নিজৰা কবি শৈলধৰ ৰাজখোৱা
- নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা
- পাপৰি কবি গণেশ চন্দ্ৰ গগৈ
- প্ৰতিমাৰ খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালা