১) নিম্নোক্ত ব্যক্তিসকলৰ কোনগৰাকীয়ে ২০১৪ চনৰ ৫১ তম ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰে ?
  A) নূপুৰ মেহতা, বিহাৰ
                 B) নেহা সিংভী, বাংগালুৰু
  C) নেহা গোৱেল, মুম্বাই
                 D) কোয়েল ৰাণা, জয়পুৰ
২) ২০১৪ বৰ্ষৰ ভিক্টৰ অʼৰ্বানক ______ বাৰৰ বাবে হাংগেৰীৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰা হয় ?
          A) তৃতীয়      B) দ্বিতীয়
          C) প্ৰথম        D) চতুৰ্থ
৩) ২০১৭ বৰ্ষৰ ১৭ বছৰৰ অনুৰ্ধ্বৰ ফিফা বিশ্বকাপৰ আয়োজন দেশখনৰ নাম কি ?
       A) স্পেইন       B) ব্ৰাজিল
       C) ভাৰত         D) আৰ্জেন্টিনা
৪)  অসমৰ হাবি-বননিয়ে ______ বৰ্গ কিলোমিটাৰ (প্ৰায়) ঠাই আগুৰি আছে ।
    A) ৩৬২৮৩         B) ২৭৬৯২
   C) ২৯৮৭২          D) ২৫৬৯২
 ৫) অসমৰ বৃহত্তম জিলাখন হ'ল _______ ।
    A) কামৰূপ      B) বঙাইগাঁও
    C) কাৰ্বি আংলং  D) ডিব্ৰুগড়
৬) অসমত মৰাপাটৰ কাৰখানা ক'ত আছে ?
    A) দুলিয়াজান        B) শিলঘাট
   C) ডিব্ৰুগড়          D) নামৰূপ
৭) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তলত দিয়া কোনবিধ অৰণ্য পোৱা যায় ?
    A) তৃণভূমি আৰু ছাভানা
               B) ক্ৰান্তীয় অৰ্ধ-চিৰসেউজীয়া অৰণ্য
      C) উপক্ৰান্তীয় বহলপাতৰ পাৰ্বত্য অৰণ্য
                 D) উপকূলীয় আৰু জলাহ অৰণ্য
৮) তলৰ কোনজোপা গছ অসমৰ আটাইতকৈ পোন আৰু ওখ ?
     A) গৰ্জান     B) তিতাচপা
    C) ভেলʼঅ     D) হলঙ
৯) অসমৰ ______ ক ʼশ্বাস্বত প্ৰেমৰ নগৰীʼ বুলি জনা যায়।
     A)  গুৱাহাটী      B) তেজপুৰ
    C) গৰমপানী      D) গোলাঘাট
১০) ৰাজেশ্বৰ সিংহই কাৰেংঘৰ ______ চনত নিৰ্মাণ কৰে।
       A) ১৭৩৫         B) ১৭৫০
       C) ১৭৫১         D) ১৭৪৯
0 comments:
Post a Comment