Wednesday, 29 December 2021

Assam Police Gk 2022\ part-12

Assam Police Gk 2021,ইয়াত বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাবা, Daily Checke

1) মাটিকালিৰ ভিতৰত ভাৰতবৰ্ষৰ আটাইতকৈ 
সৰু ৰাজ্য কোনখন?

  B) চিকিম 
  A) গোৱা 
  C) মণিপুৰ 
  D) পুনে 

উত্তৰঃ B). গোৱা 

2. কিমান চনৰপৰা গুৱাহাটী আৰক্ষী সঞ্চালক প্ৰধানৰ মুখ্য কাৰ্যালয় হয়?
  
  1. 1984
  2. 1954
  3. 1969
  4. 1974

উত্তৰঃ 4. 1974

3. সীমান্ত আৰক্ষী গঠন হৈছিল ?
  
  1. 1975
  2. 1974
  3. 1973
  4. 1972

উত্তৰঃ 2. 1974

4.অসম অসামৰিক আৰক্ষী সমিতি গঠন হৈছিল ?
   
  1. 1918
  2. 1920
  3. 1929
  4. 1919

উত্তৰঃ 3. 1929

5. অসম আৰক্ষীৰ 4খন প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত?
  
  1. নগাওঁ 
  2. দেৰগাঁও 
  3. গুৱাহাটী
  4. শুৱালকুচি

উত্তৰঃ 2. দেৰগাঁও 

6.গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি কৰা হৈছিল
 
  1. খৰ্গেন শৰ্মা 
  2. জ্যোতিময়  চক্ৰৱৰ্তী 
  3. জি পি সিং 
  4. এটাও নহয় 

উত্তৰঃ 2. জ্যোতিময় চক্ৰৱৰ্তী 

7. অসম নদী আৰক্ষী গঠন হৈছিল
 
  1. 1965
  2. 1955
  3. 1950
  4. 1960

উত্তৰঃ 4. 1960

8. IPC 420ৰ অধীনত কি অপৰাধৰ বিচাৰ কৰা হয়
 
  1. ধৰ্ষণ
  2. হত্যা 
  3. ঠগ প্ৰবঞ্চনা 
  4. চুৰি 

উত্তৰঃ 3. ঠগ প্ৰবঞ্চনা

9. ভাৰতীয় সেনাৰ যুদ্ধ টেংকটোৰ নাম কি?

  1. কৃষ্ণ
  2. অৰ্জুন
  3. ভীষ্ম 
  4. ভীম

উত্তৰঃ 2. অৰ্জুন

10. সাধাৰণতে মানুহৰ তেজৰ PH কিমান 
  
  1. 7.35-7.45
  2. 4.0-4.5
  3. 8.25-4.35
  4. 6.45-6.55

উত্তৰঃ 1. 7.35-7.45

11. কিমান চনত জ্যোতি চিত্ৰবন উদ্ধোধন কৰা হয় 
 
  1. 1950
  2.  1990
  3. 1980
  4. 1999

উত্তৰঃ 2. 1990

12. দূৰদৰ্শন যুগে প্ৰচাৰিত প্ৰথম অনুষ্ঠান কি? 
  
  1. ৰংগলী
  2. এছিয়ান গেমছ
  3. কৃষি 
  4. এটাও নহয় 

উত্তৰঃ 3. কৃষি 

14. অৰ্থশাস্ত্ৰৰ ৰচক কোন 
 
  1. কৌটিল্য 
  2. পানিনি
  3. ৰামানুজন
  4. পতঞ্জলী

উত্তৰঃ 1. কৌটিল্য 

15. ভাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য 

  1. পাঞ্জাৱ 
  2. বিহাৰ 
  3. গুজৰাট
  4. অৰুণাচল

উত্তৰঃ 1. পাঞ্জাৱ 

16. কুচিপুড়ী নৃত্য কোন ৰাজ্যৰ 
 
 1. কৰ্ণাটক 
  2. উৰিষ্যা
  3. অসম
  4. অন্ধ্ৰপ্ৰদেশ

উত্তৰঃ 4. অন্ধ্ৰপ্ৰদেশ

17.ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় 
  
  1. 31 অক্টোবৰ
  2. 2 জানুৱাৰী
  3. 2 অক্টোবৰ
  4. 15 জানুৱাৰী

উত্তৰঃ 1. 31 অক্টোবৰ

18. গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল 

  1. 6 এপ্ৰিল 1948
  2. 5 এপ্ৰিল 1948
  3. 9 এপ্ৰিল 1948
  4. 8এপ্ৰিল 1948

উত্তৰঃ 2. 5 এপ্ৰিল 1948

19. জালিয়ানাৱালাবাগ হত্যাকাণ্ড হৈছিল 
  
  1. 14 এপ্ৰিল 1919
  2. 13 এপ্ৰিল 1919
  3. 16 এপ্ৰিল 1919
  4. 15 এপ্ৰিল 1919

উত্তৰঃ 2. 13 এপ্ৰিল 1919

20. ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ যুটীয়া অনুশীলনৰ নাম কি?
  
1. গগন শক্তি 
  2. সূৰ্য কিৰণ
  3. মিত্ৰ শক্তি
  4. যুদ্ধ অভ্যাস

উত্তৰঃ 4. যুদ্ধ অভ্যাস







Daily Checke 👆👆👆👆

Share:

0 comments:

Post a Comment