Wednesday, 29 December 2021

Assam Police Questions Answer Assamese


Assam Police Questions Answer Assamese, ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ GK আলোচনা কৰা হয়।

Visit Website :- Www.gkofassam.com



(১) অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 

  উত্তৰ:- ১৯২০ চনত।

(২) ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- ১৯৪২ চনত।

(৩) অসমে কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰ:- ১৯৪৭ চনৰ ১৫ আগষ্টত।

(৪) স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- লোকপ্ৰিয় গোপীনাথ বৰদলৈ।



(৫) অসমৰ ৰাজ্যিক (জাতীয়) পক্ষী কি?

উত্তৰ:- দেওহাঁহ।

(৬) অসমৰ ৰাজ্যিক ফুল কি?

উত্তৰ:- কপৌফুল।

(৭) অসমৰ ৰাজ্যিক বৃক্ষ কি?

উত্তৰ:- হোলোং।

(৮) অসমৰ ৰাজ্যিক পানীয় কি?

উত্তৰ:- চাহ।

(৯) অসমৰ ৰাজ্যিক জলজ পশু কি?

উত্তৰ:- শিহু।

(১০) অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ:- ১২৬ খন।

(১১) লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?

উত্তৰ:- ১৪ জন।

(১২) অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?

উত্তৰ:- ৭ জন।

(১৩) অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয়? নাইবা, অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন ক'ত পোৱা যায়?

উত্তৰ:- চর্যাপদত।

(১৪) মহাপুৰুষ শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ:- ১৪৪৯ খ্ৰীষ্টাব্দত।

(১৫) শংকৰদেৱৰ জন্ম ক'ত হৈছিল?

উত্তৰ:- নগাঁৱৰ বৰদোৱাত।

(১৬) শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰ:- ১৫৬৮ খ্ৰীষ্টাব্দত।

(১৭) শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল?

উত্তৰ:- কোচবিহাৰৰ ভেলা মধুপুৰত।


(১৮) শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি?

উত্তৰ:- পিতৃ- কুসুম্বৰ ভূঞা।
            মাতৃ- সত্যসন্ধ্যা দেৱী।

(১৯) শংকৰদেৱৰ গুৰুজনাৰ নাম কি আছিল?*

উত্তৰ:- মহেন্দ্ৰ কন্দলি।

(২০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন?

উত্তৰ:- মাধৱদেৱ।

(২১) শংকৰদেৱৰ প্ৰথম ৰচনা কি?

উত্তৰ:- হৰিশচন্দ্ৰ উপাখ্যান।

(২২) অসমত প্ৰচলিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ১৯১ টা।

(২৩) মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ১৫৭ টা।

(২৪) শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰ:- ৩৪ টা

(২৫) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত ৰচনা কৰিছিল?

উত্তৰ:- বদৰিকাশ্ৰমত।

(২৬) 'কীৰ্তন-ঘোষা' কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদেৱে।

(২৭) 'গুণমালা' পুথিখন‌ কাৰ ৰচনা?

উত্তৰ:- শংকৰদেৱৰ।


(২৮) শংকৰদেৱে একে ৰাতিৰ ভিতৰত ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?*

উত্তৰ:- গুণমালা।

(২৯) ড° বাণীকান্ত কাকতিয়ে বৰগীতক কি বুলি আখ্যা দিছে?

উত্তৰ:- Noble numbers.

(৩০) মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ:- ১৪৮৯ চনত।

(৩১) 'নাম-ঘোষা' কোনে ৰচনা কৰিছিল?*

উত্তৰ:- মাধৱদেৱে।

(৩২) কালিৰাম মেধিয়ে বৰগীতক কি বুলি আখ্যা দিছে?

উত্তৰ:- great song.

(৩৩) দেবেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক কি বুলি আখ্যা দিছে।

উত্তৰ:- Holy song.

(৩৪) নামঘোষাৰ আন এটা নাম কি?

উত্তৰ:- হেজাৰী ঘোষা।

(৩৫) প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

(৩৬) প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:- 'জয়মতী'।

(৩৭) প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' কিমান চনত মুক্তি লাভ কৰে?

উত্তৰ:- ১৯৩৫ চনত।

(৩৮) অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন আছিল?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।


(৩৯) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:- 'পিয়লি ফুকন'। পৰিচালক ফণী শৰ্মা।

(৪০) অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ-

উত্তৰ:- গুৱাহাটী আৰু ছিলং। ১৯৪৮ চনৰ ১ জুলাইত স্থাপিত।

(৪১) অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি?
উত্তৰ:- ডিগবৈ তেল শোধনাগাৰ (১৯০১)।

(৪২) ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি?

উত্তৰ:- বন্দে মাতৰম।

(৪৩) 'বন্দে মাতৰম' গীতটোৰ ৰচক কোন?
উত্তৰ:- বংকিম চন্দ্ৰ চেটাৰ্জী।

(৪৪) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি?

উত্তৰ:- জন-গণ-মন।

(৪৫) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন?

উত্তৰ:- ৰবীন্দ্ৰনাথ ঠাকুৰ।

(৪৬) অসমৰ কোনখন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ:- তেজপুৰ।

(৪৭) অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়?

উত্তৰ:- শুৱালকুছি।

(৪৮) অইনিঃতম কোন জনগোষ্ঠীৰ সংস্কৃতি?

উত্তৰ:- মিচিংসকলৰ।

(৪৯) হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰায়?

উত্তৰ:- কোচ ৰজা ৰঘুদেৱে।

(৫০) আলি আই-লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ?

উত্তৰ:- মিচিংসকলৰ।




• Part-7 Important questions Answer in Assam Police





Share:

0 comments:

Post a Comment