Wednesday, 12 January 2022

Assam Police Gk question in answer part-17


Assam Police Gk question in answer, ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হয়, Daily Checke
 


১) শংকৰদেৱে প্ৰথম বৰগীতটো ক’ত ৰচনা কৰিছিল ?

উত্তৰ:- বদৰিকাশ্ৰমত

২) প্ৰথমবাৰ তীৰ্থভ্ৰমনণত শংকৰদেৱে কিমান সময় খৰচ কৰিছিল ? 

উত্তৰ:- প্ৰায় ১২ বছৰ ।

৩) শংকৰদেৱে ৰামায়ণৰ কোনটো খণ্ড অনুবাদ কৰিছিল 

উত্তৰ:- উত্তৰাকাণ্ড ।

৪) শংকৰদেৱৰ গুণমালা’ত থকা পদৰ সংখ্যা 

উত্তৰ:- ৩৭৭ টা।

৫) শংকৰদেৱৰ গুণমালাখন ৰচিত 

উত্তৰ:- ৬ আখৰীয়া ছন্দত ।

৬) শংকৰদেৱৰ অনুবাদ গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠখন হ’ল

 উত্তৰ:- দশম।

৭) শংকৰদেৱে মূল দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছিল ? 

উত্তৰ:- ৪৯ টা ।

৮) শংকৰদেৱে অনুবাদ কৰা দশমৰ অংশটোক কোৱা হয় 

উত্তৰ:- আদি দশম ।

৯) শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ কাব্যৰ মূল হ’ল 

উত্তৰ:- হৰিবংশ আৰু ভাগবত ।

১০) মাধৱদেৱৰ জীৱনৰ শ্ৰেষ্ঠতম ৰচনা হ’ল 

উত্তৰ:- নামঘোষা ।

১১) নামঘোষাৰ বেছিভাগ শ্লোক

 উত্তৰ:-  বিভিন্ন পুৰানৰ ।

১২) শংকৰদেৱৰ কবিত্বৰ শ্ৰেষ্ঠ নিদৰ্শন আৰু অসমীয়া সাহিত্যৰ কৃতিস্তম্ভ কোনখন ? 

উত্তৰ:- কীৰ্তন ।

১৩) কোন বংশত শংকৰদেৱৰ জন্ম হৈছিল ? 

উত্তৰ:-  বাৰভূঞা ।

১৪) মাধৱদেৱৰ জন্ম হৈছিল ?

 উত্তৰ:- নাৰায়ণপুৰ ।


১৫) বৰপেটা সত্ৰ স্থাপন কৰিছিল 

উত্তৰ:- মাধৱদেৱে ।

১৬) মাধৱদেৱে অনুবাদ কৰিছিল ৰামায়ণৰ 

উত্তৰ:- আদিকাণ্ড ।

১৭) মাধবদেৱ ৰাজসূয় কাব্য কাৰ অনুৰোধত লিখিছিল ? 

উত্তৰ:- অনন্ত কন্দলি ।

১৮) কাৰ নিৰ্দেশত মাধবদেৱ আদিকাণ্ড ৰচনা কৰিছিল ? 

উত্তৰ:- শংকৰদেৱ ।

১৯) শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগতে মাধবদেৱ কি পন্থাৰ লোক আছিল ?

 উত্তৰ:- বৌদ্ধ ।

২০) মাধবদেৱৰ বৰগীতত কেইটা ৰাগ পোৱা যায় 

উত্তৰ:- ২৯

২১) ‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যানা যেন পৰম গুৰু’ ভটিমাটিৰ ৰচক কোন 

উত্তৰ:- মাধবদেৱ ।

২২) মাধবদেৱৰ পিতৃৰ নাম হ’ল 

উত্তৰ:- গোবিন্দগিৰি ।






Share:

0 comments:

Post a Comment