Assam Police Gk question answer in Assamese, ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হয়, Daily Checke
১) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰ:- ভোগেশ্বৰ বৰুৱা ।
২) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উত্তৰ:- ৫ ম ।
৩) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
উত্তৰ:- ১৯৯৯ চনত ।
৪) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উত্তৰ:- হৰিশংকৰ ব্ৰক্ষ্ম ।
৫) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
উত্তৰ:- ৰাধা গোবিন্দ বৰুৱা ।
৬)সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
উত্তৰ:- ১৪ তম ।
৭) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ:- অঘৰী আত্মাৰ কাহিনী ।
৮) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উত্তৰ:- ৰুদ্ৰ বৰুৱা ।
৯)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰ:- জয়ন্ত মাধৱ বৰা ।
১০) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উত্তৰ:- বীৰ পাল ।
১১) কিমান চনত Assam Association গঠন হৈছিল?
উত্তৰ:- ১৯০৩ চনত ।
১২) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।
১৩) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
উত্তৰ:- ডিগবৈ ।
১৪)ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত ।
১৫)ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰ:- তিনিচুকীয়া জিলাত ।
১৬) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
উত্তৰ:- ডিগবৈ ।
১৭) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- আনোৱাৰা টাইমূৰ ।
১৮) অসমৰ জাতীয় পক্ষী কি?
উত্তৰ:- দেও হাহঁ ।
১৯) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ:- ভট্টদেৱ ।
২০)ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ:- বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।
0 comments:
Post a Comment