Showing posts with label CTET Prepare. Show all posts
Showing posts with label CTET Prepare. Show all posts
Thursday, 28 May 2020
Friday, 22 May 2020
CTET Language 1 Assamese | Principles of Language Teaching ভাষা শিক্ষণৰ নীতি
Language-1 (Assamese)
ভাষা-অসমীয়া
Principles of Language Teaching
ভাষা শিক্ষণৰ নীতি
Aim of Language Teaching (ভাষা শিক্ষণৰ লক্ষ্য)
- Ability to understand the speaker's language
- Ability to read & understand the language(ভাষা পঢ়িবলৈ আৰু বুজিবলৈ)
- Development of skills (দক্ষতাৰ বিকাশ)
- Understanding the scientific aspect of language(ভাষাৰ বৈজ্ঞানিক দিশ বুজিবলৈ)
Role of Language Teaching (ভাষা শিক্ষণৰ গুৰুত্ব)
- মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুটিৰ সবল আত্মবিশ্বাস আৰু আত্মপৰিচয় গঢ় দিয়াত সহায় কৰে।
- মাতৃভাষাৰ মাধ্যমত হোৱা শিশুৰ প্ৰাৰম্ভিক শিক্ষায়ে শিশুৰ মনত জাতীয় পৰিচয় আৰু গৌৰৱবোধৰ বীজ ৰোপণ কৰে যি আত্মপৰিচয়ৰ লগত নিবিড়ভাৱে জড়িত।
- শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাত শিশু এটিৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীলতা, কৌশল, জ্ঞান আদিৰ লগত সঠিক বুজাপৰা কেৱল মাতৃভাষাতহে আশানুৰূপভাৱে সম্ভৱ।
- শিশুৰ প্ৰাৰম্ভিক শিক্ষা আহৰণৰ কালছোৱাতে এটা নতুন ভাষাৰ মাধ্যমেৰে শিক্ষা দিলে শিশুৰ শিকাৰ আগ্ৰহ হ্ৰাস পোৱাৰ লগতে বিদ্যালয়লৈ যোৱাৰ আগ্ৰহো কমি আহে। কেৱল নিজ মাতৃভাষাতহে শিশুৱে নিজক প্ৰকাশ কৰিবলৈ সৰ্বোত্তম সুবিধা পায়।
Principles of Language Teaching
(ভাষা শিক্ষণৰ নীতি)
1. Principle Of Exercise (Practice And Drill)
অনুশীলনৰ নীতি
- According to BF Skinner, Practice and drilling plays an important part in language teaching.
- Continuously repeated gets imprinted in the child's mind.
- শিক্ষাৰ ক্ষেত্ৰত যদি নিয়মিত পুনৰাবৃত্তি হয় তেন্তে শিশুটিৰ মনত ছপা হৈ যায়।
2. Principle Of child-centred Learning
(শিক্ষার্থী কেন্দ্রিক শিক্ষা)
- Teaching should be made to have a student-centred class as for as possible.
- শিশুক শিক্ষার্থী কেন্দ্রিক পাঠদান কৰা উচিত
3.Principles of exposure to the language
(ভাষা প্রকাশৰ নীতি)
- Learners should be provided which language familiar environment so that they could get maximum opportunities to listen and speak.
- শিক্ষার্থীৰ কোন ভাষা পৰিচিত পৰিৱেশ প্ৰদান কৰা উচিত যাতে ভাষাটো শুনিবলৈ আৰু কবলৈ সর্বাধিক সুযোগ পায়।
4. Principle Of Motivation And Interest (প্রেৰণা আৰু আগ্রহৰ নীতি)
- Motivation is an important factor in language learning particular early in learning second language English resources and textbooks should be selected according to the interest of students.
- অনুপ্রেৰণা ভাষা শিকাৰ এটি গুৰুত্বপূর্ণ উপাদান । বিশেষকৈ দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত পাঠ্যপুঠি শিক্ষার্থীৰ আগ্রহ অনুসৰি প্ৰস্তুত কৰা উচিত ।
5. Correlation With Life
(জীৱনৰ লগত সম্পর্ক)
- The subject should correlate with life.
- The course material and audio-visual age should be correlated to child life.
- বিষয়টো জীৱনৰ লগত সম্পর্ক হোৱা উচিত।
6. Principle Of Habit Formation
(অভ্যাস গঠনৰ নীতি)
- In language learning habits of speech listening reading writing correct pronunciation should be formed.
- ভাষা শিকাৰ ক্ষেত্ৰত সঠিক আৰু শুদ্ধ উচ্চাৰণৰ আভ্যাস গঠনত গুৰুত্ব দিয়া দৰকাৰ।
7. Principle Of Individual Differences
(ব্যক্তিগত বিভিন্নতাৰ নীতি।)
- Every child is unique and different from others in the learning process we have to keep in mind that learners have different abilities and personalities and belong to different backgrounds.
- শিক্ষার্থীৰ ভিন্ন দক্ষতা, ব্যক্তিত্ব আৰু বিভিন্ন পটভূমিৰ অন্তর্গত, সেয়ে